diff --git a/utils/DesktopFAQ/faq-as.json b/utils/DesktopFAQ/faq-as.json index 7f5244dafb..0772a57de2 100644 --- a/utils/DesktopFAQ/faq-as.json +++ b/utils/DesktopFAQ/faq-as.json @@ -1 +1 @@ -{"faqs":[{"topic":"মই মোৰ ব'ৰ্ড, মাধ্যম, শ্ৰেণী আৰু বিষয় চাব পৰা নাই","description":"আপোনাৰ ৰাজ্যই বৰ্তমান সকলো ব’ৰ্ড, মাধ্যম, শ্ৰেণী আৰু বিষয় সমৰ্থন নকৰে। আপোনাৰ ৰাজ্যই এইসমূহ যোগ কৰাৰ লগে লগেই, আপুনি তালিকা খনত এয়া দেখা পাব।"},{"topic":"মই বিষয়বস্তু ডাউনল’ড কৰিলোঁ, কিন্তু মই এয়া চলাব পৰা নাই কাৰণ ইয়াত কোৱা হৈছে যে মোক ইণ্টাৰনেটৰ প্ৰয়োজন ","description":"আপুনি ইউটিউব কনটেণ্ট নিশ্চয় ডাউনল’ড কৰিলে। ইউটিউব কনটেণ্ট আপুনি কেৱল অনলাইন হৈ থকা অৱস্থাতহে চলাব পাৰিব। কম্পিউটাৰটো ইণ্টাৰনেটৰ সৈতে সংযোগ কৰক আৰু পুনৰ চেষ্টা কৰক।"},{"topic":"মই মোৰ SUNBIRD ডেস্কটপ এপটো আপডেট কৰাৰ প্ৰয়োজন হৈছে","description":"আপোনাৰ কম্পিউটাৰটো ইণ্টাৰনেটৰ সৈতে সংযোগ কৰক আৰু শেহতীয়া এপ সংস্কৰণৰ বাবে https://staging.sunbirded.org/download/desktopapp পৰীক্ষা কৰক"},{"topic":"ইণ্টাৰনেট সংযোগ থকা লেপটপৰ সৈতে মোৰ প্ৰৱেশাধিকাৰ নাই, কিন্তু মই ডেস্কটপ এপত বিষয়বস্তু যোগ দিব আৰু আপডেট কৰিব বিচাৰোঁ","description":"যদি আপোনাৰ এটা ম’বাইল ফোন আছে, তেন্তে গুগল প্লে’ষ্ট’ৰৰ পৰা SUNBIRD ম’বাইল এপটো ডাউনল’ড কৰক।\nএপটোত বিষয়বস্তুৰ বাবে ব্ৰাউজ কৰক।\nSUNBIRD লাইব্ৰেৰীৰ পৰা বিষয়বস্তু ডাউনল’ড কৰক।\nএয়া এটা পে’নড্ৰাইভ বা SD কাৰ্ডলৈ ক’পি কৰক আৰু ইয়াক SUNBIRD ডেস্কটপ এপত আপল’ড কৰক।"},{"topic":"মই এটা বিশেষ বিষয়ৰ বাবে বিষয়বস্তু বিচাৰি পোৱা নাই, নতুবা মই অপ্ৰাসংগিক বিষয়বস্তু বিচাৰি পাইছোঁ","description":"বিষয়বস্তুৰ সন্ধান কৰিবলৈ SUNBIRDৰ অনলাইন লাইব্ৰেৰী ব্ৰাউজ কৰক। তেতিয়াও যদি এয়া উপলব্ধ নোহোৱাকৈ থাকে, তেন্তে বিষয়বস্তু সম্পৰ্কে আপোনাৰ মতামত ৰাজ্যিক SCERTলৈ প্ৰেৰণ কৰক"},{"topic":"এপটো বৰ লেহেমীয়া গতিৰ","description":"এপটোৰ কাৰ্যকাৰিতা দ্ৰুত কৰিবলৈ, নিম্নোক্তসমূহ কৰক:\n
আপোনাৰ কম্পিউটাৰৰ ছিষ্টেম কনফিগাৰেচনলৈ যাওক। ন্যূনতম কনফিগাৰেচন হ’ব লাগে:\n\n
যদিহে আপোনাৰ কম্পিউটাৰ এই কনফিগাৰেচনৰ সৈতে মিলে বা অতিক্ৰম কৰে, এপটো পুনৰ আৰম্ভ কৰক।\n
এইটো কৰাৰ পাছত, যদিহে তেতিয়াও ই মন্থৰ হৈ থাকে তেতিয়া Task Managerলৈ যাওক,\nসকলো অব্যৱহৃত বেকগ্ৰাউণ্ড প্ৰক্ৰিয়া বাছনি কৰক আৰু End Taskত ক্লিক কৰক"},{"topic":"মই পে’নড্ৰাইভলৈ বিষয়বস্তু ক’পি কৰিব পৰা নাই","description":"বিষয়বস্তুটো পে’ন ড্ৰাইভলৈ ক’পি কৰিবলৈ, তলত দিয়াবোৰ কৰক:\n"},{"topic":"মই পে’নড্ৰাইভত বিষয়বস্তু ভৰালোঁ, কিন্তু এতিয়া মই দেখিছোঁ যে এইটো খালি হৈ আছে","description":"আপোনাৰ পে’ন ড্ৰাইভ বা কম্পিউটাৰ ভাইৰাছৰদ্বাৰা আক্ৰান্ত হ’ব পাৰে। এয়া পৰীক্ষা কৰক:\n